Sui Diyana Lyrics Deeplina Deka
Image Caption - https://youtu.be/roJiU4CUr1I |
Singer- Deeplina Deka
Music/Lyrics - Palash Surya Gogoi
Singer- Deeplina DekaMusic/Lyrics - Palash Surya Gogoiচুই দিয়ানা মোক আহি এবাৰআপোন আপোন লাগিবচাই ৰোৱানা মোক কাষৰে পৰাকলিজা শিতল পৰিবগধূলিকে তোমাৰেনো কবিতাবোৰভূপালি ৰাগহৈ সৰিবচুই দিয়ানা মোক আহি এবাৰআপোন আপোন লাগিবচাই ৰোৱানা মোক কাষৰে পৰাকলিজা শিতল পৰিববাৰে বাৰেনো লাগি ধৰিছেওঁঠতে তোমাৰে তোমাৰে নামৰ'দে হাঁহিছে ৰ'দালি নামিছেমৰমতে তাতে কিয় ইমানজোৰকে বৈ আহে পুৱালি বতাহলৈ যাব মোকতোমাৰে কাষলে মোৰেনো সাধনাচুই দিয়ানা মোক আহি এবাৰআপোন আপোন লাগিবজাগি জাগিনো ৰৈয়ে থাকিমেতুমি নহ'লে যেন নহয় যে পুৱাবাচি বাচিনো সপনো দেখো মইমায়াৰে কৰেং তুমি সজোৱাজোৰকে বৈ আহে পুৱালি বতাহলৈ যাব মোকতোমাৰে কাষলে মোৰেনো সাধনাচুই দিয়ানা মোক আহি এবাৰআপোন আপোন লাগিবচাই ৰোৱানা মোক কাষৰে পৰাকলিজা শিতল পৰিবগধূলিকে তোমাৰেনো কবিতাবোৰভূপালী ৰাগ হৈ সৰিব
Comments
Post a Comment