Mor Monore kalpanat lyrics zubeen garg song
Album - Maa
Song - Mor Monore Kalpanat
Singer - Zubeen Garg
Lyrics & Composition - Zubeen Garg
Lyrics
মোৰ মনৰে কল্পনাত জেতুকা হোৱানামোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানামোৰ মনৰে কল্পনাত জেতুকা হোৱানামোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানাঅভিনৱ মৰমেৰে বিয়াকুল কৰানামোৰ মনৰে কল্পনাত জেতুকা হোৱানামোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানাঅস্থিৰ আৱেগৰ পৰশ লোৱানাঅভিমানী দুচকুত শান্তি দিয়ানাঅস্থিৰ আৱেগৰ পৰশ লোৱানাঅভিমানী দুচকুত শান্তি দিয়ানাঅময়া মৰমৰ সুবাস হোৱানামোৰ মনৰে কল্পনাত জেতুকা হোৱানামোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানাতোমাতেই হৈ শেষ কামনাৰ পৰিধিএটি এটি পল মোৰেই পৃথিৱীতোমাতেই হৈ শেষ কামনাৰ পৰিধিএটি এটি পল মোৰেই পৃথিৱীকবিতা হৈ বুকুত তুমি সাৰ পোৱানামোৰ মনৰে কল্পনাত জেতুকা হোৱানামোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানামোৰ মনৰে কল্পনাত জেতুকা হোৱানামোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানামোৰ মনৰে কল্পনাত জেতুকা হোৱানা
মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা
Comments
Post a Comment